Class 8 Question Answer Assamese | জাগা জননীৰ সন্তান পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer

In this article we will discuss Class 8 Question Answer Assamese, জাগা জননীৰ সন্তান পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer. 

Class 8 Question Answer Assamese | জাগা জননীৰ সন্তান পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer
জাগা জননীৰ সন্তান পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer. 

Class 8 Question Answer Assamese | জাগা জননীৰ সন্তান পাঠটিৰ প্ৰশ্ন উত্তৰ : Are you a student of class 8 of Assam? In this article we will discuss Class 8 Question Answer Assamese, জাগা জননীৰ সন্তান পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer. 


SEBA Class 8 Assamese Lesson Question Answer. জাগা জননীৰ সন্তান 




জাগা জননীৰ সন্তান

প্রশ্ন ১। গীতটো সুৰ লগাই গােৱা।
উত্তৰ(তোমালােকে গীতটো সুৰ লগাই গাবলৈ যত্ন কৰা।)
গীতটো ভালদৰে পঢ়া আৰু বুজি লােৱা।

প্রশ্ন ৩ উত্তৰ দিয়া :
(ক) কবিয়ে কাক জাগি উঠি
উত্তৰঃ কবিয়ে স্বদেশ-স্বজাতিৰ উন্নতিৰ বাবে সততে আত্মত্যাগ কৰিবলৈ সাজু থকা জননীৰ
সন্তানসকলক জাগি উঠিবলৈ কৈছে।

(খ) দুর্জয় অভিযান বুলি কি বুজাইছে ?
উত্তৰঃ যাক জয় কৰিবলৈ কঠিন তেনে ধৰণৰ অভিযান দুর্জয় অভিযান বুলি কোৱা হয়। এনে
ধৰণৰ অভিযানত ভয় বা শংকাৰ কোনাে স্থান নাই।

(গ) দুর্জয় অভিযানেৰে কি কৰিবলৈ কৈছে ?
উত্তৰ: দুর্জয় অভিযানেৰে মৃত্যুকে জয় কৰি দেশমাতৃক সকলাে ধৰণৰ বিপদৰ পৰা মুক্ত কৰি
বিজয়ী কৰিবলৈ কৈছে।

Also Read

(ঘ) জননীৰ সন্তানক কিহে দুর্বল কৰাৰ কথা কৈছে ?
উত্তৰ: জননীৰ সন্তানক কর্মহীনতা আৰু কাপুৰুষতাই দুর্বল কৰাৰ কথা কৈছে।

(ঙ) “তথাপিও নাই ভয়" বুলি কিয় কৈছে ?
উত্তৰ: স্বদেশ বা স্বজাতিৰ উন্নতিৰ অভিযানত কর্মহীন, ভয়াতুক আদি লােকৰ কোনাে স্থান
নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভাল পােৱাই মানুহক শক্তিশালী কৰি তােলে।
তেওঁলােকৰ অন্তৰত লুকাই থকা সাহসী সত্ত্বাক জগাই তােলে। সেইবাবে কবিয়ে “তথাপিও নাই ভয়" বুলি কৈছে।

Class 8 Question Answer Assamese | জাগা জননীৰ সন্তান পাঠটিৰ প্ৰশ্ন উত্তৰ

(চ) কাৰ জয় নিনাদত
মান বুলি উল্লেখ কৰিছে ?
উত্তৰ: স্বদেশ প্রেমী নৱ-জোৱানৰ জয় নিনাদত শরু কম্পমান বুলি উল্লেখ কৰিছে।
ছ) আপােন পাহৰা বীৰক কি বুলি আছে
উত্তৰঃ
আপােন পাহৰা বীৰক দুর্মদ বীৰ বুলি আখ্যা দিছে।

প্রশ্ন ৪) গীতটোত বুজি নােপােৱা শব্দবােৰৰ অর্থ
চাই জানি লােৱা।

ভাৰ আৰু অভিধান
উত্তৰ : (কঠিন শব্দার্থত চোৱা।)

প্রশ্ন ৫) গীতটোৰ মূলভাব লিখা।
উত্তৰঃ “জাগা জননীৰ সন্তান" এটি দেশপ্রেমমূলক গীত। এই গীতটোৰ দ্বাৰা দেশমাতৃৰ
বিপদৰ সময়ত সন্তানসকলক জাগিবলৈ আহ্বান জনােৱা হৈছে। দেশমাতৃ যেতিয়া বিপদত পৰে, আইমাতৃৰ সু-সন্তানসকলে সকলাে ধৰণৰ বিপদ-আপদ নেওচি
নিজ কর্তব্যৰ পথত আগবাঢ়ি গৈ দেশমাতৃক সকলাে ধৰণৰ বিপদৰপৰা ৰক্ষা কৰে।
স্বদেশ-স্বজাতিৰ উন্নতিৰ অভিযানত কর্মহীন, কাপুৰুষ ব্যক্তিৰ কোনাে স্থান নাই। দেশৰ
প্রতি থকা অপৰিসীম ভাল পােৱাই মানুহৰ অন্তৰৰ সাহসী সত্ত্বাক জাগ্রত কৰি মানুহক
শক্তিশালী কৰি তােলে। নিজ মাতৃভূমিক ৰক্ষা কৰিবলৈ আৰু মাতৃৰ সন্মান অক্ষুন্ন
ৰাখিবলৈ কোনাে ক্ষেত্ৰতে শিৰ নত নকৰা নৱ-জোৱানকল আইমাতৃৰ ভৱিষ্যৎ জীৱনৰ
সুৰক্ষাৰ প্ৰহৰীস্বৰূপ৷ গতিকে এই নৱ-জোৱানসকলক জাগি উঠিবলৈ এই গীতটোৰ
দ্বাৰা আহ্বান জনোৱা হৈছে।

Class 8 Question Answer Assamese | জাগা জননীৰ সন্তান পাঠটিৰ প্ৰশ্ন উত্তৰ


প্রশ্ন ৬) বাক্য ৰচনা কৰা
শক্তিমান, কাপুৰুষ, নিনাদ,
উত্তৰঃ

শক্তিমান ০ঃ কবিয়ে দেশমাতৃৰ শক্তিমান
সন্তানসকলক জাগিবৰ বাবে আহ্বান জনাইছে

কাপুৰুষ : স্বদেশ বা স্বজাতিৰ উন্নতিৰ ক্ষেত্ৰত কাপুৰুষসকল হেঙাৰস্বৰূপ হােৱা
দেখা যায়।

নিনাদঃ শৰাইঘাটৰ ৰণত লাচিত বৰফুকনে শত্রু পক্ষৰ বিজয়ৰ নিনাদ শুনিও বিচলিত হােৱা নাছিল।

অজেয়: সন্মান অক্ষুন্ন ৰাখিবৰ বাবে অজেয় নৱ জোৱান সকলে অহোপুৰুষাৰ্থ কৰে

অজেয় : দেশ মাত্ৰ সন্মান ৰাখিবৰ বাবে 
অভিযান : দেশৰ উন্নতিৰ অভিযানত সকলাে লােকে একগােট হৈ আগবাঢ়ি যােৱা


প্রশ্ন ৭ ) সন্ধি গঠন কৰা আৰু ভাঙা 

দেৱ + অসুৰ = দেৱাসুৰ
কুশ + আসন = কুশাসন।
বিদ্যা + অলংকাৰ = বিদ্যালংকাৰ
মহর্ষি = মহা + ঋষি।
মনঃ + হত্র = মনোহৰ
মনোযোগ= মন: + যোগ
দশ+আনন = দশানন
মহা + অৰ্ণৱ = মহাৰ্ণৱ
উল্লেখ = উৎ+ লেখ
উজ্জ্বল = উৎ + জল
নাৱিক = নৌ + ইক।
দিগন্ত = দিক + অন্ত

প্রশ্ন ৮। বিপৰীত অর্থ বুজোৱা শব্দ লিখা :

মৃত্যু - জন্ম
জয় - পৰাজয়
কাপুৰুষ = সাহসী
ভয় = নিৰ্ভয়
মিত্ৰ= শত্ৰু

Class 8 Question Answer Assamese | জাগা জননীৰ সন্তান পাঠটিৰ প্ৰশ্ন উত্তৰ


প্রশ্ন ৯) তলৰ শব্দবােৰৰ সমার্থক শব্দ লিখা ?
উদাহৰণ :মৃত্যু মণ, দেহত্যাগ, স্বর্গ-গমন, পৰলােক গমন।
উত্তৰঃ
জননী : আই, জন্মদাত্রী, জন্মদায়িনী।
সন্তান : ল'ৰা ছোৱালী
বীৰ : বলৱন্ত
নিনাদ - ধ্বনি,

প্রশ্ন ১০ এটা শব্দত প্ৰকাশ কৰা ঃ
(ক) সাহস নথকা মানুহ
(খ) জাকৈৰে মাছ ধৰা মানুহ
(গ) যাৰ শক্তি আছে-
(ঘ) যাক জিনিব নােৱাৰি-
উত্তৰ:
(ক) ভীৰু, কাপুৰুষ
(খ) জাকৈয়া
(গ) শক্তিমান
(ঘ) দুর্জেয়


প্রশ্ন ১১ ) তলত দিয়া বিশেষ্য পদববাক বিশেষণলৈ পৰিৱৰ্তন কৰা।
মান, দুর্বলতা, দর্শন, দুখ, মানৱ।
উত্তৰঃ
বিশেষণ - বিশেষ্য
মান- মানী 
দুৰ্বলতা - দুর্বল
দৰ্শন-দার্শনিক
দুখ-দুখীয়া
মানৱ-মানৱীয়

Class 8 Question Answer Assamese | জাগা জননীৰ সন্তান পাঠটিৰ প্ৰশ্ন উত্তৰ


প্রশ্ন ১২। ভাব বহলাই লিখা।
সাঁতােৰ সাঁতােৰ নিজ বাহুবলে
সাঁতুৰিব নােৱাৰিলে যা ৰসাতলে
উত্তৰঃ এই পদ্যফকিৰ সহায়ত প্রত্যেক মানুহৰ নিজ শক্তি-সামর্থৰ কথা ব্যক্ত কৰিছে।
সাঁতােৰা এটা ভাল অভ্যাস। ইয়াৰদ্বাৰা শৰীৰৰ উৎকর্ষ সাধন হয়। কিন্তু মানুহে সদায়
নিজ শক্তি-সামর্থ অনুসৰিহে সাঁতুৰিব লাগে৷ মানুহৰ বাতুত থকা বলৰ ক্ষমতাৰ ওপৰত
মানুহে কিমান সাঁতুৰিব পাৰিব সেয়া নির্ণয় কৰা হয়। মানুহে নিজ বাহুবলকৈ অধিক
সাঁতুৰিবলৈ গ'লে তেওঁৰ পানীত ডুবি মৃত্যু হােৱাটো অতি স্বাভাৱিক কথা।
ইহাৰ দ্বাৰা ইয়াকে বুজাব খােজা হৈছে যে মানুহে সদায় নিজৰ ক্ষমতা অনুসৰিহে
কোনাে কার্য কৰা উচিত। নিজ ক্ষমতাতকৈ কৰিবলগীয়া কামটো যদি অধিক জটিল
হয় তেতিয়াহ' লে কৃতকার্যৰ পথত বাধা সৃষ্টি হ'ব পাৰে।


Conclusion 

Dear students, we hope this Class 8 Question Answer Assamese | জাগা জননীৰ সন্তান পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer article helps you with your Class 8 Exam preparation. We keep posting good articles for you guys every day like this so that you can be well prepared for your exams. In this post, just as we talked about the Class 8 Question Answer Assamese | জাগা জননীৰ সন্তান পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer, we will also talk about the others years' SEBA Class 8 Question Paper in the upcoming post as well. Thanks For Visit Our Blog.



Also Read

0 Comments