Class 8 Question Answer Assamese | এন ফ্ৰাংকৰ ডায়েৰী পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer

In this article we will discuss Class 8 Question Answer Assamese, এন ফ্ৰাংকৰ ডায়েৰী পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer.

Class 8 Question Answer Assamese | এন ফ্ৰাংকৰ ডায়েৰী পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer



Class 8 Question Answer Assamese | এন ফ্ৰাংকৰ ডায়েৰী পাঠটিৰ প্ৰশ্ন উত্তৰ : Are you a student of class 8 of Assam? In this article we will discuss Class 8 Question Answer Assamese, এন ফ্ৰাংকৰ ডায়েৰী পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer


Class 8 Question Answer Assamese | এন ফ্ৰাংকৰ ডায়েৰী পাঠটিৰ প্ৰশ্ন উত্তৰ


প্রঃ ১ পাঠটো মনোেযাগেৰে পঢ়া আৰু তলৰ প্রশ্নবিলাকৰ উত্তৰ লিখা ?
(ক) জন্মসূত্রে এ ফ্রাঙ্ক কোন সম্প্রদায়ৰ ছােৱালী আছিল ?
উত্তৰঃজন্মসূত্রে এ ফ্রাঙ্ক ইহুদী সম্প্রদায়ৰ ছােৱালী আছিল।
(খ) এন্ ফ্রাঙ্কৰ দেৱতাকৰ নাম কি আছিল ?
উত্তৰঃএন্ ফ্রাঙ্কৰ দেউতাকৰ নাম অট' ফ্রাঙ্ক।
(গ) নাজীবাহিনীৰ হাতৰপৰা ৰক্ষা প লৈ তেওঁলােক ক'ত লুকাই আছিল ?
উত্তৰঃনাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলােক দুবছৰকাল এটা পণ্যাগাৰত লুকাই
আছিল।

(ঘ) এন্ ফ্রাঙ্কে কেতিয়াৰ পৰা কেতিয়া লৈকে দিনলেখা লিখিছিল ?
উত্তৰঃএ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ১৯৪৪ চনৰ ১ আগষ্টলৈকে ডায়েৰি লিখিছিল।
(ঙ) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জার্মান সেনাধ্যক্ষজনৰ নাম কি? এইসেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল ?
উত্তৰঃদ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জার্মান সেনাধ্যক্ষজনৰ নাম হৈছে। এডলফ হিটলাৰ। এই
সেনাধ্যক্ষজনে ইহূদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ । ইহুদীক তেওঁ
নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল।

(চ) এন্ ফ্রাঙ্কে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল ?
উত্তৰঃ এন ফ্রাঙ্কে দিনলেখা লিখিবলৈ ইচ্ছা কৰাৰ কাৰণ হৈছে ভৱিষ্যতে এজনী তেৰ বছৰীয়া
কিশােৰীৰ চিন্তা-ভাবনাৰ বিষয়ে জানিবৰ বাবে হয়তাে কোনােবাই আগ্রহ প্রকাশ কৰিব
পাৰে। সেইবাবে হৃদয়ত পুঞ্জীভূত হৈ থকা সকলাে কথা সবিস্তাৰে তেওঁ ডায়েৰীৰ
পাতত লিখি গৈছিল। এ ফ্রাঙ্কে ডায়েৰী লিখিবলৈ ইচ্ছা কৰাৰ আন এক কাৰণ হৈছে
তেওঁৰ এজন প্রকৃত বন্ধুৰ অভাৱ আছিল। সেই অভাৱ পূৰণ কৰিবলৈ তেওঁ
ডায়েৰীখনকে বন্ধুজ্ঞান কৰিছিল আৰু সেই বন্ধুৰ নাম ৰাখিছিল “কিটি"। এই
ডায়েৰীখনত তেওঁ নিজৰ অন্তৰৰ সকলাে কথা উজাৰি প্ৰকাশ কৰিছিল।

Class 8 Question Answer Assamese | এন ফ্ৰাংকৰ ডায়েৰী পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer

(ছ) দিনলেখাসমূহ এন ফ্র কয় সম্পাদনা কৰিছিল ?
উত্তৰ: দিনলেখাসমূহ এন্ ফ্রাঙ্কে সম্পাদনা কৰাৰ কাৰণ আছিল। ১৯৪৪ চনতে কোনাে এটা
দিনত হলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনার্তাৰ যােগে ঘােষণা কৰিছিল যে
যুদ্ধ শাম কটাৰ পিছত তেওঁ জামান 'অধিগৃহীত অঞ্চলতু বাস কৰা যিসকল হলেণ্ডৰ
লােকে যুদ্ধৰ সময়ত দুখ-যন্ত্রণা ভােগ কৰিছিল তেওঁলােকৰ সাক্ষ্য গ্রহণ কৰিব আৰু
এইবােৰ জনসাধাৰণৰ বাবে প্রচাৰ কৰিব। তেওঁ প্ৰধানকৈ চিঠি-পত্ৰ আৰু ডায়েৰীৰ কথা
উল্লেখ কৰিছিল। এই কথাত অনুপ্রাণিত হৈ এন্ ফ্রাঙ্কে তেওঁৰ ডায়েৰীখনৰ ভিত্তিত এখন
পুথি প্রকাশ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে আৰু তেওঁ তেতিয়ালৈকে লিখা কথাবােৰ কিছু
সম্পাদনা । কৰি পুনৰ লিখি উলিয়ায়।

(জ) অট' ফ্রাঙ্কে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগােপন কৰিছিল ?
উত্তৰ: দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জার্মান সেনাধ্যক্ষ এডলফ হিটলাৰৰ নেতৃত্বত নাজীবাহিনীয়ে
ইহুদীৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদী লােকক তেওঁ নিজে আৰু
সেনাৰ হতুৱাই নৃসংশভারে হত্যা কৰিছিল। সেই সময়ত এ ফ্রাংকৰ দেউতাক অট’
ফ্রাঙ্কে সপৰিয়ালে হলেণ্ডত বাস কৰিছিল। তেখেতে নাজীবাহিনীৰ পৰা নিজৰ লগতে
পৰিয়ালটোক ৰক্ষা কৰিবলৈ দুবছৰকাল এটা পণ্যাগাৰত, আত্মগােপন কৰিছিল।




(ঝ) মানুহতকৈ কাগজৰ ধৈর্য বেছি বুলি এন্ ফ্রাঙ্কে উপলব্ধি কৰিছিল। কিয়
? বুজাই লিখ।
উত্তৰ: মানুহৰ মনত বিভিন্ন ধৰণৰ চিন্তা-ভাবনাই অহৰহ খেলা কৰি থাকে। সময় সুবিধা
অনুযায়ী মানুহে এই ভাব চিন্তা আনৰ আগত প্রকাশ কৰে। এগর্বাকী প্রকৃত বন্ধুৰ
আগত এজন মানুহে সকলাে ধৰণৰ চিন্তা-ভাবনা মুকলিভাৱে প্ৰকাশ কৰিব পাৰে।
অৱশ্যে যিকোনাে সময়তে মানুহে যিকোনাে কথা ক'বলৈ বা শুনিবলৈ ইচ্ছা নকৰিবও
পাৰে।এদিনাখন এন ফ্রাঙ্কে কৰিবলৈ একো কাম নথকাত হতাশাত ভূগিছিল আৰু ঘৰতে
থাকে নে বাহিৰলৈ ওলাই যায় ভাবি আছিল। অৱশেষত তেওঁ য' তে আছিল ত’ তে বহি
থাকিল আৰু সেই সময়ত মনলৈ অহা সকলাে ভাব-অনুভূতি একান্তমনে কাগজত লিখি
গ'ল। তেওঁ উপলব্ধি কৰিছিল যে “মানুহতকৈ কাগজৰ ধৈর্য বেছি।” যিদৰে প্রকৃত বন্ধুৰ
আগত মনৰ সকলাে কথা নিঃসংকোচে ব্যক্ত কৰিব পাৰি সেইদৰে কাগজতাে মনৰ
সকলাে কথা সংকোচ নােহােৱাকৈ যিমান সময় মন যায় সিমান সময়লৈ লিখি থাকিব
পাৰি। গতিকে এ ফ্রাঙ্কে মানুহতকৈ কাগজৰ ধৈর্য বেছি বুলি উপলব্ধি কৰিছিল।


Class 8 Question Answer Assamese | এন ফ্ৰাংকৰ ডায়েৰী পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer


(ঞ) এ ফ্রাঙ্কে নিজকে কিয় অকলশৰীয়া বুলি উপলব্ধি কবি
উত্তৰ: এ ফ্রাঙ্কৰ এজনাে প্রকৃত বন্ধু নাছিল। সেইবাবে তাই নিজকে অকলশৰীয়া বুলি
উপলব্ধি কৰিছিল। এ ফ্রাঙ্কৰ নিজৰ বুলিবলৈ মাক-দেউতাক, ষােল্ল বছৰ বয়সীয়া
এগৰাকী বায়েক, খুড়াক, খুড়ীয়েক আৰু ত্রিশজনমান বন্ধু আছিল। তেওঁৰ প্রতি আকৃষ্ট
অনেক লােক । কিন্তু এই সকলােবােৰ থকাৰ ছিতাে তেওঁ এগৰাকী প্রকৃত বন্ধুৰ
অভাৱত নিজকে অতি অকলশৰীয়া অনুভৱ কৰিছিল। কাৰণ যদিও তেওঁ বন্ধু-বৰ্গৰ
লগত হাঁহি-ধেমালি কৰি কথা-বতৰা পাৰিছিল তথাপিও এওঁলােকৰ লগত অন্তৰ উজাৰি
সকলাে কথা আদান-প্রদান কৰিব নােৱাৰিছিল। কেৱল গতানুগতিকভাৱেহে কথা-বতৰা
পাতিছিল।



প্রশ্ন ২। তলৰ শব্দসমূহৰ অর্থ শব্দ-সম্ভাৰত চাই নিজৰ বহীত লিখা।
উত্তৰঃ
গণ্য : ডাঙৰ বা শ্রেষ্ঠ বুলি মানিবৰ যােগ্য, লেখত লবলগীয়া।
গতানুগতিক : লােকৰ নিয়ম বা কার্য মতে চলা, নতুনত্ববিহীন।
অস্ত্রোপচাৰ : ৰােগ চিকিৎসাৰ বাবে কৰা অস্ত্র প্রয়ােগ।
বৰ্বৰ : অসভ্য, নীচ, দুষ্ট।
পৰিত্যক্ত: এৰা, ত্যাগ কৰা।
প্রবাদ : মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা।
অধিগৃহীত: আইনৰ সহায়েৰে দখল কৰা।
থিৰাং : নিশ্চিত, থিক, লৰচৰ নােহােৱা।
উৎসর্গা : দান, কোনাে বিশেষ ফলসিদ্ধিৰ উপলক্ষে কোনাে নির্দিষ্ট দেৱতা বা মানুহক কৰা দান।
আড়ম্বৰ : জাক-জমকতা।
প্রত্যাশিত : ভৰসা কৰি থকা, আশা কৰা।
চিন্তাধাৰা : কোনাে ব্যক্তি বা বিষয় সম্পর্কে লােৱা ধাৰণা।
পুঞ্জীভূত : থুপ খাই থকা।
শামকটা : উপশম হােৱা, কম হােৱা।
সন্নিৱিষ্ট : অন্তর্ভুক্ত।

প্রশ্ন ৩) কিটি” কোন ? এ ফ্রাঙ্কে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল
বুজাই লিখা।
উত্তৰঃ কিটি' হৈছে, এন্ ফ্রাঙ্কৰ ডায়েৰীখনৰ নাম।
এন্ ফ্রাঙ্কৰ জীৱনলৈ প্রকৃত বন্ধুৰ আগমন ঘটা নাছিল। তেওঁৰ বহুতাে বন্ধু, অনুৰাগী
আৰু আত্মীয়-স্বজন আছিল যদিও তেওঁ এওঁলােকৰ লগত কেৱল গতানুগতিক কথা-
বতৰাহে পাতিছিল কিন্তু অন্তুৰ উজাৰি সকলাে কথা আদান প্রদান কৰিব নােৱাৰিছিল।
গতিকে ডায়েৰিখনক প্রকৃত বন্ধু হিচাপে গণ্য কৰি তেওঁ এইখনৰ নাম ৰাখিছিল কিটি
আৰু ইয়াত অন্তৰৰ সকলাে কথা লিখি গৈছিল।


Class 8 Question Answer Assamese | এন ফ্ৰাংকৰ ডায়েৰী পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer


প্রশ্ন ৪| এ ফ্রাঙ্কৰ ডায়েৰিখন ও
কাৰে প্ৰকাশ হােৱাত কোনে আগভাগ
লৈছিল ? তেখেতে এই ডায়েৰিখনককির পথি আকাৰে প্ৰকাশ কৰিছিল ?
উত্তৰঃ এ ফ্রাঙ্কৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ কৰাত তেওঁৰ দেউতাক অট' ফ্রাঙ্কে
আগভাগ লৈছিল। এ ফ্রাঙ্কৰ ডায়েৰিখনৰ পৰা সেই সময়ৰ বিভিন্ন কথা জানিব পাৰি।
পুথিখনত এন্ ফ্রাঙ্কে নিজা উপলব্ধি সুন্দৰকৈ বৰ্ণনা কৰিছে। প্রথম অৱস্থাত এন্ ফ্রাঙ্কে
নিজৰ বাবে ডায়েৰি লিখিছিল যদিও ১৯৪৪ চনৰ কোনাে এটা দিনত হলেণ্ড চৰকাৰৰ
এজন বিষয়াই লণ্ডনৰ পৰা অনার্তাৰ যােগে ঘােষণা কৰে যে যুদ্ধ শাম কটাৰ পিছত
তেওঁ জামান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লােকে যুদ্ধৰ সময়ত দুখ-
যন্ত্রণা ভােগ কৰিছিল তেওঁলােকৰ সাক্ষ্য গ্রহণ কৰিব আৰু এইবােৰ জনসাধাৰণৰ বাবে
প্রচাৰ কৰিব। বিষয়াজনৰ এই কথাত অনুপ্রাণিত হৈ এন্ ফ্রাঙ্কে তেওঁৰ ডায়েৰিখনৰ
ভিত্তিত এখন পুথি প্রকাশ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে আৰু ডায়েৰিখনত ইতিমধ্যেই লিখা
কথাবােৰ কিছু সম্পাদনা কৰি পুনৰ লিখি উলিয়ায়। এনেদৰে এন্ ফ্রাঙ্কে ১৯৪৪ চনৰ ১
আগষ্টলৈকে ডায়েৰি লিখে আৰু ৪ আগষ্ট তাৰিখে এন আৰু তেওঁৰ পৰিয়ালৰ
অন্যান্যসকলক লুকাই থকা স্থানৰ পৰা নাজীবাহিনীৰ লােকে আটক কৰি নিয়ে। বন্দী
অৱস্থাত অনাহাৰ, অনিদ্ৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত মাক, বায়েক আৰু এ মৃত্যু
হয়। একমাত্র দেউতাকেই নাজীবাহিনীৰ কৱলৰ পৰা জীৱিতৰূপত বাচি আহে। যুদ্ধ শাম
কটাৰ পাছত তেখেতে জীয়েকৰ এই ডায়েৰিখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰু
সম্পাদনা কৰি পুথি আকাৰে প্ৰকাশ কৰে।



প্রশ্ন ৫। এন কাঙ্ক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল ? আইতাকৰ স্মৃতিৰ
বাবে তেওঁ কি কৰিছিল?
উত্তৰঃ এ ফ্রাঙ্ক আৰু তেওঁৰ আইতাকৰ সম্বন্ধ অতি মধুৰ আছিল। তেওঁ আইতাকক বৰ
ভাল পাইছিল। ১৯৪১ চনৰ গ্রীষ্ম সময়ত আইতাকক অসুখৰ বাবে অস্ত্রোপচাৰ
কৰিবলগীয়া হৈছিল আৰু ১৯৪২ চনৰ জানুৱাৰী মাহত আইতাকৰ মৃত্যু হৈছিল। মৃত্যুৰ
পিছতাে এ ফ্রাঙ্কৰ প্রতি মুহর্ততে আইতাকলৈ বৰকৈ মনত পৰি আছিল।১৯৪২ চনত এ ফ্রাঙ্কৰ জন্ম দিনৰ দিনা জন্ম দিনৰ মমবাতিৰ লগতে আইতাকৰ
স্মৃতিত তেওঁ এডাল মম জ্বলাইছিল।

প্রশ্ন ৬) পাঠটো পঢ়ি এ ফ্রাঙ্কৰ সেই সময় মনৰ ভাবৰ বিষয়ে লিখা।
উত্তৰঃ এ ফ্রাঙ্কৰ চিন্তাৰ পৰিধি অতি বহল আছিল। মাত্র ১৩ বছৰ বয়সতে তেওঁ ডায়েৰি
লিখা কাম আৰম্ভ কৰিছিল। ১৩ বছৰীয়া কিশােৰী এগৰাকীৰ চিন্তা
ভাবনাৰ বিষয়ে জানিবলৈ কোনাে ব্যক্তি হয়তাে আগ্রহী হ'ব পাৰে, সেই বাবে তেওঁ
মনৰ সকলাে কথা উজাৰি
ডায়েৰিৰ পাতত ব্যক্ত কৰিছিল। এন্ ফ্রাঙ্কৰ চৌপাশে মাক-দেউতাক, আত্মীয়-
স্বজন, বায়েক, বন্ধু আদি অনেক লােক আছিল যদিও মনৰ সকলাে ভাব অনুভূতি।
প্রকাশ কৰিবপৰা এজন প্রকৃত বন্ধুৰ বৰ অভাৱ আছিল। সেয়েহে মনৰ সকলাে অব্যক্ত
কথা তেওঁ ডায়েৰিৰ পাতত প্ৰকাশ কৰিছিল।
ডায়েৰিৰ পাতত এন ফ্রাঙ্কে তেওঁৰ আৰু আইতাকৰ সম্বন্ধৰ কথা প্রকাশ কৰিছিল।
আইতাক আৰু তেওঁৰ সম্পৰ্ক অতি মধুৰ আছিল। আইতাকৰ মৃত্যুৰ পাছত এ ফ্রাঙ্কে
তেওঁৰ জন্ম দিনৰ দিনা জন্ম দিনৰ মমবাতিৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি
জ্বলাইছিল। এইদৰে উক্ত পাঠটোৰপৰা আমি এন্ ফ্রাঙ্কৰ মনােভাৱৰ বিষয়ে জানিব
পাৰাে।

Class 8 Question Answer Assamese | এন ফ্ৰাংকৰ ডায়েৰী পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer

খ : ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্রশ্ন ৭| পাঠটোত অধি,অনু,প্ৰতি উপসৰ্গ যোগ হোৱা শব্দ কেইটা বিচাৰি লিখা

উত্তৰ: অনু, প্রতি-এইকেইটা উপসর্গ যােগ হৈ হােৱা শব্দ পাঠটোত থকা অধি, অমু প্রতি এইকেইটা উপসর্গ যােগ হৈ হােৱা শব্দকেইটা তলত
উল্লেখ কৰা হ'ল-
অধি : অধিগৃহীত
অনু - অনুপ্রাণিত, অনুবাদ, অনুষ্টুপীয়া
প্রতি – প্রতিদিন, প্রতিবিম্ব, প্রত্যাশিত।

প্রশ্ন ৮) তলৰ শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা
ভােগ, স্মৃতি, সমাপ্ত, আড়ম্বৰ ভাগ্য, ধৈর্য।
উত্তৰঃ
শব্দ : বিপৰীত শব্দ
স্থায়ী : অস্থায়ী
প্রকাশ : অপ্রকাশ
ভােগ : দুর্ভোগ
স্মৃতি : বিস্মৃতি
সমাপ্ত : অসমাপ্ত
আড়ম্বৰ : অনাড়ম্বৰ
ধৈৰ্য - অধৈৰ্য

প্ৰশ্ন ৯/ তলৰ শব্দবোৰ প্ৰতিশব্দ লিখা 
উত্তৰ :
শব্দ : প্ৰতিশব্দ
যণ্ত্ৰণা - যাতনা
কৰুণ - কাতৰ 
কিশোৰী : বালিকা
মৃত্যু : মৰণ


প্রশ্ন ১০ ) তলৰ বাক্যবােৰ সৰল বাক্য)
অনুসৰি শ্ৰেণীবিভাজন কৰা।

*মই আহিলাে আৰু তেওঁ ঘৰলৈ গ'ল।
* ভাল ল'ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে।
* বৰষুণ পৰিছে।
মই সদায় ভাত খাই স্কুললৈ যাওঁ।
* একমাত্র দেউতাকেই নাজীবাহিনীৰ কবলৰপৰা জীৱিত ৰূপত বাচি আহিছিল।
* এন্ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰপৰা ডায়েৰি লিখা আৰম্ভ কৰিছিল।
এইবাৰ পিছে তেওঁ মৰমৰ কিটি' বুলি সম্বােধন কৰি লেখা আৰম্ভ কৰিছিল আৰু
শেষত তােমাৰ, এন' বুলি সমাপ্ত কৰিছিল।
*জন্ম দিনৰ মমবাতিৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলােৱা হ'ল। .

উত্তৰ
সৰল বাক্য
* বৰষুণ পৰিছে।
* একমাত্র দেউতাকেই নাজীবাহিনীৰ কবলৰপৰা জীৱিত ৰূপত বাচি আহিছিল।
* এন্ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰপৰা ডায়েৰি লিখা কামটো আৰম্ভ কৰিছিল।
* জন্ম দিনত মমবাতিৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলােৱা হ'ল।

০ যৌগিক বাক্য
* মই আহিলাে আৰু তেওঁ ঘৰলৈ গ'ল।
* এইবাৰ পিছে তেওঁ মৰমৰ কিটি বুলি সম্বােধন কৰি লেখা আৰম্ভ কৰিছিল আৰু
শেষত তােমাৰ, এ বুলি সমাপ্ত কৰিছিল
০ জটিল বাক্য :
* ভাল ল'ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে।

প্রশ্ন ৯ ) তলৰ বাক্যবােৰ তুলনামূলক বাক্যলৈ পৰিৱতন কৰা
 (দুটা আৰু বহুতৰ মাজত)।

*সােণ উজ্জ্বল।
*মীনা মেধাবী।
* অৰুণ ওখ।
*জোনবাই সৰু।
* এই কিতাপখন ভাল।
উত্তৰঃ
সােণ ৰূপতকৈ উজ্জ্বল।

*সােণ আন সকলােবােৰ ধাতুতকৈ বেছি উজ্জ্বল।
মীনা ৰীণাতকৈ মেধাবী।
*অষ্টম শ্ৰেণীৰ ছােৱালীকেইজনীৰ ভিতৰত মীনা বেছি মেধাবী।
* অৰুণ তৰুণতকৈ ওখ।
খেলুৱৈ দলটোৰ আটাইকেইজন ল'ৰাৰ ভিতৰত অৰুণ বেছি ওখ।

সূর্য, পৃথিৱী আদি জ্যোতিষ্কৰ ভিতৰত জোনবাই আটাইতকৈ সৰু।

এই সকলােবােৰ কিতাপতকৈ এই কিতাপখন বেছি ভাল।

প্রশ্ন ১০ ) বাক্য ৰচনা কৰা
উত্তৰ
অনতি পলমে : উক্ত ঘটনাটো অনতি-পূলমে এই অঞ্চলত বিয়পি পৰিল।

হাঁহি-ধেমালি : কণ কণ ল'ৰা-ছােৱালীবােৰৰ হাঁহি-ধেমালিৰে গােটেই ঠাইখিনি মুখৰিত
হৈ উঠিছে।

ৰূপান্তৰিত: তাপ -পালে বৰফ গলি পানীলৈ ৰূপান্তৰিত হয়।

আত্মগােপন : ল'ৰা- ৰজাৰ সৈন্যৰ পৰা হাত সাৰিবৰ বাবে গদাপানীয়ে নগা পাহাৰত
আত্মগােপন কৰি আছিল।

চিঠি-পত্ৰ : চিঠি-পত্ৰৰ সহায়ত খা-খবৰ, বা-বাতৰি আদান-প্রদান কৰা হয়।
দুখ-যন্ত্রণা : বানপানীৰ সময়ত মানুহৰ দুখ-যন্ত্রণা কুলাই পাচিয়ে নধৰা হয়।
পৰিত্যক্ত-স্থানীয় লােকে উক্ত বেগটো পৰিত্যক্ত অৱস্থাত দেখা পাই আৰক্ষীক খবৰ
দিয়ে।

বিশ্ববিখ্যাত : এ ফ্রাঙ্কৰ ডায়েৰি' এখন বিশ্ববিখ্যাত গ্রন্থ।
আদান-প্রদান : আজি কালি মানুহে কাগজী মুদ্ৰাৰ সহায়ত বয়-বস্তুৰ আদান প্রদান
কৰে।


Conclusion 

Dear students, we hope this Class 8 Question Answer Assamese | এন ফ্ৰাংকৰ ডায়েৰী পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer article helps you with your Class 8 Exam preparation. We keep posting good articles for you guys every day like this so that you can be well prepared for your exams. In this post, just as we talked about the Class 8 Question Answer Assamese | এন ফ্ৰাংকৰ ডায়েৰী পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer, we will also talk about the others years' SEBA Class 8 Question Paper in the upcoming post as well. Thanks For Visit Our Blog.

0 Comments